Advertisement

এইবাৰ অৰুণাচলৰ দিবাং ভেলীত উদ্ধাৰ হৈছে বিমানৰ ধ্বংসাৱশেষ || Aircraft remains recovered in Arunachal

এইবাৰ অৰুণাচলৰ দিবাং ভেলীত উদ্ধাৰ হৈছে বিমানৰ ধ্বংসাৱশেষ || Aircraft remains recovered in Arunachal এইবাৰ অৰুণাচলৰ দিবাং ভেলীত উদ্ধাৰ হৈছে বিমানৰ ধ্বংসাৱশেষ। USA লিখা থকা বিমানৰ ধ্বংসাৱেশৰ কাষত পোৱা গৈছে বন্দুক, গুলী আৰু বহু সামগ্ৰী। বিমানৰ অৱশেষ আৰু অৱস্থিতিলৈ চাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিমানখন ভূপতিত হোৱাৰ সন্দেহ কৰা হৈছে।
Watch to know more:

Arunachal

Post a Comment

0 Comments