Advertisement

Constitution amendment bill to grant ST status to 6 Assam communities tabled in Rajya Sabha

Constitution amendment bill to grant ST status to 6 Assam communities tabled in Rajya Sabha

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক ৰাজ্য়সভাত উত্থাপন কৰিলে কেন্দ্ৰীয় চৰকাৰে। জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে অসমৰ চুতীয়া, মটক, মৰাণ, টাই আহোম, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত উত্থাপন কৰে বিধেয়কখন। ৰাজ্য়সভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা এই বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে।
Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:

News Live,News Live Assam,Assam News,News Live Breaking,Breaking News,Rajya Sabha,ST Status,Six Assam Communities,Juel Oram,Rajnath Singh,Assam,

Post a Comment

0 Comments